54
ডিজিটেল ডেস্কঃ তেজেৰ তৈয়াৰী ফেশ্বৱাশ্ব লগালেহে ধুনীয়া হ’ব পাৰি। এই কথা কোনো কোম্পানীয়ে কোৱা নাই। এগৰাকী মডেলেহে কৈছে এই কথা। কেৱল কোৱাই নহয়, তেজেৰে তৈয়াৰী ফেশ্বৱাশ্বহে ব্যৱহাৰ কৰে মডেলগৰাকীয়ে।
ফিমেলফাৰ্ষ্ট ডট কো ডট ইউকে নামৰ ৱেবচাইটটোত প্ৰকাশিত প্ৰতিবেদন মতে হেলী বাল্ডৱিন নামৰ এই মোহময়ী মডেলগৰাকীয়ে নিজৰ তেজেৰে তৈয়াৰী ফেশ্বৱাশ্ব ব্যৱহাৰ কৰে।