58
ডিফুঃ কাৰ্বি আংলং জিলাৰ অপৰিৱৰ্তিত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে বান বিধ্বস্ত এলেকাৰ বানাক্ৰান্ত সকলৰ সহায়ৰ বাবে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে৷
বানাক্ৰান্ত সকলৰ সুবিধাৰ্থে প্ৰশাসনে প্ৰশাসনে মুকলি কৰা টল ফ্ৰী নম্বৰ ১০৭৭ আৰু ভ্ৰাম্যভাষ নম্বৰ ০৩৬৭১-২৭২২৪৮৭ নম্বৰ দুটা ২৪ ঘণ্টাই খোলা থাকিব।