Home গুৱাহাটীমালিগাঁৱৰ ষ্টেট বেংকত অগ্নিকাণ্ড

মালিগাঁৱৰ ষ্টেট বেংকত অগ্নিকাণ্ড

by News Desk
A+A-
Reset
mali1

গুৱাহাটীঃ মহানগৰীৰ মালিগাঁৱৰ ষ্টেট বেংকত অগ্নিকাণ্ড। NF ৰে’লৱে মুখ্য কাৰ্যালয়ৰ সমীপৰ SBIত জুই লাগে। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি সন্দেহ কৰা হৈছে।

জুইত নষ্ট হয় বেংকটোৰ UPS ৰখা কোঠাটোৰ সামগ্ৰী। ঘটনাস্থলীত অগ্নিনিৰ্বাপকৰ দুখন বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0