3
কলিয়াবৰঃ তিনিদিনীয়া কাৰ্যসূচীৰে প্ৰশিক্ষক ৰাজা গুপ্তা আৰু ত্ৰিশূল ভূঞাৰ নেতৃত্বত হোৱা প্ৰশিক্ষণৰ দেওবাৰৰ অন্তিম দিনাৰ কাৰ্যসূচীত আঁত ধৰে ভাস্কৰ শইকীয়াই।
কাৰ্যসূচীৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে কলিয়াবৰ মহকুমাধিপতি বিতোপন নেওগে। লগতে উপস্থিত থাকে কলিয়াবৰ প্ৰবীণ খেলুৱৈ ৰবীন ভূঞা আৰু জ্যেষ্ঠ সাংবাদিক গোলাপ শইকীয়া, নিপেন কেওঁত আৰু গৌতম বৰা।