গুৱাহাটীঃ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই ফাইনেলত প্ৰৱেশ অসমৰ দৌৰৰ ৰাণীয়ে৷ পূৰ্বে অনুমান কৰা মতেই কমনৱেলথ গেমছৰ ৪০০ মিটাৰ দৌৰত ফাইনেলত প্ৰৱেশ কৰে হিমা দাসে৷ হিমাই মাথো ৫১.৫৩ ছেকেণ্ডত ৪০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰে৷
Day of records for Indian Athletics!
18 yeard old Hima Das became the 1st INDIAN WOMAN to qualify for the #GC2018Athletics track Final.
In Men's 400m Final, Muhammed Anas Yahiya created national record but had to settle at 4th by difference of just .20 seconds. #CWG2018 pic.twitter.com/9DvRZglQxa