Home ৰাজ্যদৰমহা কৰ্তন নকৰাৰ কথা ঘোষণা কৰি ৫ লাখ কৰ্মচাৰীক মন্ত্ৰী হিমন্তৰ এই আহ্বান…

দৰমহা কৰ্তন নকৰাৰ কথা ঘোষণা কৰি ৫ লাখ কৰ্মচাৰীক মন্ত্ৰী হিমন্তৰ এই আহ্বান…

by News Desk
A+A-
Reset
himu7

গুৱাহাটীঃ কৰ্তন কৰা নহয় ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাৰ্চ মাহৰ দৰমহা। শনিবাৰে এক সংবাদমেলযোগে এই কথা সদৰী কৰিছে ৰাজ্যৰ বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে জনোৱা মতে অহা ৯ অথবা ১০ এপ্ৰিলত ৰাজ্যখনৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰে লাভ কৰিব দৰমহা আৰু পেঞ্চন।

‘ভাৰতৰ বহু ৰাজ্যই কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰিছে। মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰাৰ অন্তত আমি কৰ্তন নকৰাৰ সিদ্ধান্ত লৈছো। আমাৰ সকলো কৰ্মচাৰীয়ে এইবাৰ সম্পূৰ্ণ দৰমহা পাব। অৱশ্যে মে’ মাহত হয়তো কৰ্তন কৰিবলগীয়া হ’ব পাৰে।’-এইদৰে কয় মন্ত্ৰীগৰাকীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0