74
গুৱাহাটীঃ আগন্তুক লোকসভা নিৰ্বাচনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ প্ৰব্ৰজন বিৰোধী মঞ্চৰ।
প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই সংবাদমেল যোগে জনালে এই কথা।