57
ডিজিটেল ডেক্সঃমধুমেহ বা ডায়বেযিছ ৰোগ ২০৩০ চনলৈ বিশ্বৰ আটাইতকৈ মাৰাত্মক ৰোগ হৈ উঠিব।এই ৰোগ শৰীৰৰ বিপাক প্ৰক্ৰিয়াৰ বিসঙ্গতি হ’লে এই ৰোগ হয়।বৰ্তমান বিশ্বৰ প্ৰায় ৪২ কোটি ৫০ লাখ মানুহ এই ভয়ঙ্কৰ ৰোগত আক্ৰান্ত।ইয়াৰ ভিতৰত প্ৰায় ৭ কোটি ২৯ লাখ ৰোগী ভাৰতত পোৱা গৈছে।সময় মতে সঠিক চিকিৎসা নকৰিলে এই ৰোগৰ ফলত ৰোগীৰ শৰীৰৰ ওজন বৃদ্ধি,কিডনি বিকল আৰু হৃদযন্ত্ৰৰ বেমাৰ হ’ব পাৰে৷