Home প্ৰযুক্তি1 GB ৰ পিছতো 4G স্পীড!

1 GB ৰ পিছতো 4G স্পীড!

by News Desk
72 views
A+A-
Reset
ডিজিটেল ডেস্কঃ এঘণ্টা এইচডি ভিডিঅ’ চালেই তলি উদং হয় ৰিলায়েন্স জিঅ’ ৪জিৰ। জিঅ’ৰ দৈনিক লিমিট ১ জিবি ডাটা শেষ হোৱাৰ পিছত হয়তো আপুনি বিপাঙত পৰে। 
 
কিন্তু তাৰবাবেও জিঅ’ই দিছে সমিধান। ১ জিবি শেষ হোৱাৰ পিছতো গ্ৰাহকে একেই স্পীড উপভোগ কৰিব পৰাকৈ জিঅ’ৰ আছে বুষ্টাৰ পেক। জিঅ’ৰ পাঁচোটা বিশেষ বুষ্টাৰ পেক হৈছেঃ 
  • Rs 11 Data Booster 100 MB
  • Rs 51 Data Booster 1 GB
  • Rs 91 Data Booster 2 GB
  • Rs 201 Data Booster 5 GB
  • Rs 301 Data Booster 10 GB 
অৱশ্যে গ্ৰাহকে ১ জিবি ডিফল্ট ডাটা শেষ কৰাৰ পিছতহে এই সুবিধা প্ৰযোজ্য। ৰিলায়েন্স জিঅ’ ৰিচাৰ্জ পৰ্টেললৈ গৈ জিঅ’ নম্বৰটো টাইপ কৰি চাবমিট কৰিব লাগে।
 
তাৰ পিছতে পচন্দৰ বুষ্টাৰ পেক বাচনি কৰি ৰিচাৰ্জ বুটামত ক্লিক কৰিব লাগে। এতিয়া পচন্দৰ পেমেণ্ট বিকল্প বাচনি কৰি মূল্য পৰিশোধ কৰাৰ পিছত আগৰদৰেই ডাটা স্পীড উপভোগ কৰিব পাৰিব।    
News Desk
Author: News Desk

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0