55
ওদালগুৰিঃ ৰাজ্যত ছেবাৰ অধীনত চলি আছে হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা। ইয়াৰ মাজতে পোহৰলৈ আহিছে ছেবাৰ এক ভয়ংকৰ কাণ্ড। সংস্থাটোৰ দ্বায়িত্ব জ্ঞানহীনতাৰ বাবেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভৰপৰা বঞ্চিত হৈ এতিয়াও ন্যায়ৰ আশাত ওদালগুৰিৰ এগৰাকী কৃতী শিক্ষাৰ্থী।
