61
মুকালমুৱাঃ ৰাজ্যত বৃদ্ধি পাইছে নিচাজাতীয় দ্ৰব্যৰ সৰাবৰাহ। আৰক্ষীৰ তৎপৰতাত এনে এক চক্ৰৰ দুজন লোক ধৰা পৰিছে মুকালমুৱাত।
বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য সহ এই দুজন সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে।