55
নাৰায়ণপুৰঃ লখিমপুৰ জিলাৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত কমলপুৰত সোমবাৰে সন্ধ্যা এক নৃশংস হত্যাকাণ্ড সংঘটিত হয় । লাঠিৰে মৰিয়াই মৰিয়াই স্বামীয়ে হত্যা কৰিলে নিজ পত্নীক।
শিমলুগুৰিৰ কমলপুৰস্থিত খগেন হাজৰিকাৰ চাহ বাগানত দীৰ্ঘদিন ধৰি কাম কৰি আছিল গহপুৰ নিৰ্মলা বাগানৰ নিবাসী ৰবীন ভূমিজ আৰু পত্নী তুলে ভূমিজ নামৰ দম্পতি হালে ।