61
বালিপৰাঃ শোণিতপুৰত সংঘটিত হৈছে এক নৃশংশ হত্যাকাণ্ড। পাৰিবাৰিক কন্দলৰ বাবেই পতিয়ে হত্যা কৰিলে পত্নিক।
চামচুল অালি নামৰ এজন লোকে চোকা অস্ত্ৰৰে হানি-খুচি পত্নী লক্ষী সৰকাৰক হত্যা কৰাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।