newsnextone.com | কোকৰাঝাৰঃ এগৰাকী উচ্চপদস্থ আৰক্ষীৰ বিষয়াৰ পত্নীয়ে দৈহিক সুষমাৰে সকলো প্ৰতিযোগিকে চেৰ পেলাই আজুৰি আনিলে মিচেছ ৰয়েল ইণ্ডিয়া ইউনিভাৰ্চ খিতাপ৷
মিচেছ ৰয়েল ইণ্ডিয়া ইউনিভাৰ্চ খিতাপৰ ৰেম্পত খোজ দি মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হয় বিটিএডিৰ আইজিপি অনুৰাগ আগৰৱালাৰ পত্নীয়ে৷ বিটিএডিৰ আইন শৃংখলাৰ দিশ যোৱা কেইবাটাও বছৰ ধৰি চম্ভালি থকা বিটিএডিৰ আইজিপি অনুৰাগ আগৰৱালৰ সহধৰ্মিনীয়ে আৰক্ষী বিভাগ তথা বিটিএডিলৈ এই খিতাপ অৰ্জন কৰি সুনাম কঢ়িয়াই আনিছে৷