52
কোকিলাঃ বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত মানিকপুৰ আৰক্ষীয়ে নিশা অভিযান চলাই মানিকপুৰ তিনিআলি, চাৰিআলি আৰু পাতিলাদহাৰ ৫ খনকৈ দোকানৰ পৰা কাৰ্টুনসহ অবৈধ সুৰা জব্দ কৰে।
জীতেন ৰায়, নাৰায়ন দাস, অখিল বৰুৱা, সুকুমাৰ ৰায় আৰু নন্দ ৰায় নামৰ লোক কেইজনৰ দোকানৰ পৰা জব্দ কৰা বিলাতী সুৰাখিনিৰ মুল্য প্ৰায় লক্ষাধিক টকাৰ বুলি অনুমান কৰা হৈছে।