Home অন্যান্য খবৰকাকপথাৰত অবৈধ সুৰাৰ অবাধ বেহা, নিৰ্বিকাৰ অাবকাৰী তথা অাৰক্ষী বিভাগ

কাকপথাৰত অবৈধ সুৰাৰ অবাধ বেহা, নিৰ্বিকাৰ অাবকাৰী তথা অাৰক্ষী বিভাগ

by News Desk
59 views
A+A-
Reset

newsnextone.com | কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ক্ষুদ্ৰ চহৰ অঞ্চলটোত সম্প্ৰতি অবৈধভাৱে চলিছে সুৰাৰ অবাধ বেহা। কাকপথাৰ দৈনিক তথা সাপ্তাহিক বজাৰখনৰ চাৰিওটা দিশতে দেশীয় সুৰা, চুলাই অাৰু বিলাতী সুৰা অবৈধভাৱে বিক্ৰী কৰাৰ লগতে পান কৰাৰ সুবিধা দিয়াত অঞ্চলটোৰ সামাজিক পৰিবেশ ক্ৰমান্বয়ে বিনষ্ট হ’বলৈ ধৰিছে। 

ইয়াৰ উপৰিও কাকপথাৰ থানা চাৰিঅালি, গন্ধৈগুৰি তিনিঅালি, কাকপথাৰ তিনিঅালি, লাজুম, কাঠবস্তি অাদি ঠাই সমুহটো সুৰাৰ অবাধ প্ৰচলনে উঠি অহা প্ৰজন্মক বিপথে পৰিচালিত কৰি শৈক্ষিক পৰিবেশ বিনষ্ট কৰিছে। কাকপথাৰ অঞ্চলটোত অাবকাৰী বিভাগে নিয়োজিত কৰি ৰখা কৰ্মচাৰীসকলে এই অবৈধ সুৰাৰ বিপণী সমূহৰ বিষয়ে জানিও অাবকাৰী বিভাগৰ উচ্চ পদস্থ বিষয়াক অৱগত নকৰি বিপণী সমূহৰ পৰা মাহেকীয়াকৈ ধন সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0