Home ৰাজনীতিআজি বিৰোধী দলসমূহৰ বৈঠক, বিষয়ঃ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে মহাভিযোগ

আজি বিৰোধী দলসমূহৰ বৈঠক, বিষয়ঃ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে মহাভিযোগ

by News Desk
110 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ন্যায়াধীশ লয়াৰ মৃত্যুৰ তদন্তৰ আবেদন উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে খাৰিজ কৰাৰ পিছতেই আজি বিৰোধী দলসমূহ একগোট হৈ আলোচনাৰ আহ্বান জনাইছে। মুখ্য ন্যায়াধীশৰ ভুমিকাক লৈ সম্প্ৰতি অসন্তুষ্ট হৈ থকা কংগ্ৰেছ দলকে ধৰি অইন বিৰোধী দলসমূহে পুনৰাই আজিৰ বৈঠকত মুখ্য ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে মহাভিযোগ অনাটো কিমানদুৰ সমীচিন হ’ব সেই লৈ আলোচনা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

এই মহাভিযোগৰ বিষয়টোক লৈ কংগ্ৰেছৰে কেইজনমান জ্যেষ্ঠ নেতাৰ মতবিৰোধ দুৰ কৰাৰ চেষ্টা চলিব পাৰে এই বৈঠকত। বিভিন্ন জ্বলন্ত সমস্যাক লৈ চৰকাৰক কেনেদৰে জবাবদিহি কৰাব পৰা যাব সেই লৈও আলোচনাত মতবিনিময় কৰিব বিভিন্ন বিৰোধী দলৰ নেতাসমূহে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0