Home বিশ্বপুনৰ বিদ্বেষজনিত হিংসা, বাশ্বিংটনত ভাৰতীয় মূলৰ ব্যক্তিক আক্ৰমণ

পুনৰ বিদ্বেষজনিত হিংসা, বাশ্বিংটনত ভাৰতীয় মূলৰ ব্যক্তিক আক্ৰমণ

by News Desk
68 views
A+A-
Reset

কেণ্টঃ আমেৰিকাত ক্ৰমাত বৃদ্ধি পাইছে বিদ্বেষজনিত হিংসা৷ ৷ নিউয়ৰ্কৰ কেন্ট চহৰত পুনৰ দুৰ্বৃত্তৰ আক্ৰমণৰ লক্ষ্য হ’ল ভাৰতীয় মূলৰ ব্যক্তি৷ শুক্ৰবাৰে সংঘটিত হয় এই ঘটনা৷ কেণ্ট চহৰ নিবাসী ৩৯ বৰ্ষীয় দীপ ৰায় নামৰ ব্যক্তিজনে ঘৰৰ বাহিৰত নিজৰ গাড়ীখনৰ মেৰামতিৰ কাম কৰি আছিল। তেনেতে অচিনাক্ত বন্দুককধাৰী পথচাৰী এজনে তেওঁক বাহুত গুলি কৰে৷ আক্ৰমণ কৰাৰ পিছত আক্ৰমণকাৰীয়ে নিজ দেশলৈ উভতি যাবলৈ হুমকি দিয়ে ৰায়ক৷

এই ঘটনাক যথেষ্ট গুৰুত্বসহকাৰে লোৱা হৈছে বুলি কেণ্ট আৰক্ষীয়ে জনায়। আজি এই ঘটনাত দুখ প্ৰকাশ কৰিছে বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0