77
দিল্লীঃ জিঅ’ৰ সৈতে ফেৰ মাৰিবলৈ ভোডাফোনে ঘোষণা কৰিছে আকৰ্ষণীয় অফাৰ। ৩৪২ টকাতে ভোডাফোনে দিব ২৮ জিবি ডাটা। ইয়াৰ লগতে আছে আনলিমিটেড কলিঙৰ সুবিধা। একেদৰে ৩৪৬ টকাৰ প্লেনটোত আছে ১০ জিবি ডাটা আৰু ৩০০ মিনিটৰ কলিঙৰ সুবিধা।
ৰিলায়েন্স জিঅ’ই মাৰ্চৰপৰা গ্ৰাহকসকলৰ বাবে প্ৰাইম চাবস্ক্ৰীপশ্যন আৰম্ভ কৰাৰ সময়তে এই ঘোষণা ভোডাফোনৰ। ‘ৱেলকাম বেক অফাৰছ’ৰ জৰিয়তে এই সুবিধা পাব গ্ৰাহকসকলে৷