Home বিশ্বআমেৰিকাত সংঘৰ্ষত নিহত হ’ল ভাৰতীয় ছাত্ৰ হত্যাকাৰী, গুলিয়াই হত্যা কৰিছিল ভাৰতীয় ছাত্ৰক

আমেৰিকাত সংঘৰ্ষত নিহত হ’ল ভাৰতীয় ছাত্ৰ হত্যাকাৰী, গুলিয়াই হত্যা কৰিছিল ভাৰতীয় ছাত্ৰক

by News Desk
85 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ আমেৰিকাৰ কনছাচ চহৰত ভাৰতীয় ছাত্ৰক গুলিয়াই হত্যা কৰা অভিযুক্ত সংঘৰ্ষত নিহত হয় বুলি জানিব পৰা গৈছে৷ সংঘৰ্ষত তিনিগৰাকী আৰক্ষী আহত হয়৷ দেওবাৰে আৰক্ষীয়ে অভিযুক্ত যুৱকজনক প্ৰত্যক্ষ কৰে৷ আৰক্ষীয়ে লগে লগে অভিযুক্তক ওচৰলৈ যায় আটক কৰাৰ চেষ্টা চলায়৷

সেই সময়ত আৰক্ষীক লক্ষ্য কৰি যুৱকজনে গুলী চলাই পলায়ন কৰাৰ চেষ্টা কৰে৷ তাৰ পিছতে অভিযুক্ত আৰু আৰক্ষীৰ মাজত খেদা খেদি লাগে৷ পুনৰ আৰক্ষীক লক্ষ্য কৰি গুলী চালনা কৰাত আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হয় আৰু অভিযুক্তৰ দেহত গুলী লাগি মৃত্যুক আকোঁৱালি লয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0