Home অন্যান্য খবৰপুনৰ ৰেলত যাত্ৰীৰ ওপৰত অভদ্ৰামি

পুনৰ ৰেলত যাত্ৰীৰ ওপৰত অভদ্ৰামি

by News Desk
A+A-
Reset
প্ৰতীকি ফটো

আজি নিশা মৰিয়নী জংচনত সৃষ্টি হয় এক হুলস্থুলীয়া পৰিবেশৰ ৷ উজনি অভিমুখি ৰাজেন্দ্ৰনগৰ এক্সপ্ৰেছ ৰেল গাড়ী খন মৰিয়নী জংচনত প্ৰবেশ কৰা পাছতেই মৰিয়নী জংচনত অপেক্ষৰত একাংশ যাত্ৰীয়ে সমগ্ৰ ৰেল গাড়ী খন তন্ন তন্ন কৈ কেইজন মান লোকক বিছাৰিবলৈ ধৰে৷

জানিব পৰা মতে ডিমাপুৰ জংচনৰ পৰা মৰিয়নীলৈ কেইগৰাকীমান মহিলা যাত্ৰীয়ে এই ৰেলখনত যাত্ৰা কৰাৰ পাছৰে  পৰা পুৱা মুহূৰ্তলৈকে কেইজনমান দুষ্ট প্ৰকৃতিৰ লোকে  মহিলা কেইগৰাকীক অসুবিধা দি আহিছিল৷ মহিলাকেইগৰাকীয়ে ৰেল আৰক্ষীৰ  বিনামূলীয়া ১৮০ নম্বৰত ফোন কৰে যদিও সহাঁৰি নাপায় পৰিয়ালৰ লোকক ফোন যোগে অৱগত কৰাৰ পাছতে এনেদৰে জংচনত ৰৈ পাষণ্ড কেইটাক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0