54
বাগালুৰুঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দশম সংস্কৰণৰ বাবে সোমবাৰে বাংগালুৰুত হোৱা খেলুৱৈৰ নিলামত কোনোবা খেলুৱৈৰ যদি কপাল ফুলিল, কাৰোবাৰ আকৌ খাপ চৰা দামৰ বাবে কোনোৱেও ঘুৰি নাচালে। উচ্চ দৰত বিক্ৰী হোৱা পাঁচগৰাকী খেলুৱৈ আৰু কোনোৱে নাম নোসোধা পাঁচগৰাকী খেলুৱৈৰ তালিকাখন এনেধৰণৰঃ
বাজি জিকা ক্ৰিকেটাৰঃ