Home দেশৰাম মন্দিৰ নিৰ্মাণৰ শপত ললে উচ্চ পদস্থ আৰক্ষী বিষয়াই

ৰাম মন্দিৰ নিৰ্মাণৰ শপত ললে উচ্চ পদস্থ আৰক্ষী বিষয়াই

by News Desk
64 views
A+A-
Reset

ডিজিটেল ডেস্কঃ বাবৰি মছজিদ বিতৰ্কই দেশৰ ৰাজনীতি উত্তাল কৰি ৰখাৰ সময়তে এগৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়াই ৰাম মন্দিৰ নিৰ্মাণৰ বাবে শপত লোৱা ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উত্তৰ প্ৰদেশ আৰক্ষীৰ মহানিৰ্দেশক আই পি এছ সূৰ্য কুমাৰ শুক্লাই কেইবাগৰাকী লোকৰ সৈতে শপত লোৱা ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰাৰ লগতে দেশৰ সংবাদ মাধ্যমত ঠাই পাই এই খবৰে৷

আনহাতে আইপিএছ শুক্লাই ভিডিঅ’টো সম্পাদনা কৰি প্ৰচাৰেৰে তেওঁৰ সামাজিক ভাবমূর্তি বিনষ্ট কৰিব বিচৰা বুলি অভিযোগ উত্থাপন কৰে৷ লক্ষ্নৌ বিশ্ববিদ্যালয়ত অনুষ্ঠিত এটি অনুষ্ঠানত আই পি এছ গৰাকীয়ে শপত লোৱা বুলি প্ৰচাৰ হৈছে৷ অনুষ্ঠানটোত সকলোৱে হাত দাঙি ৰাম মন্দিৰ বনোৱাৰ সংকল্প লয়। ভিডিঅ’টোত সকলোৱে-আমি ৰামৰ ভক্তই সোনকালে ৰাম মন্দিৰ নিৰ্মাণ কৰিম বুলি কোৱা শুনা যায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0