65
ডিজিটেল ডেস্কঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যাক্তিত্বত অভিভূত হৈ পৰিছে ইজৰাইল চৰকাৰ৷ প্ৰধানমন্ত্ৰীৰ ইজৰাইল ভ্ৰমণ স্মৰণীয় কৰিবলৈ দেশখনে এবিধ ফুলৰ নামাকৰণ কৰিলে মোদী বুলি৷ ক্ৰিছেনথিমাম ফুলবিধক টুইটাৰৰ জডিয়তে মোদী বুলি নামাকৰণ কৰিলে দেশখনৰ প্ৰধানমন্ত্ৰীৰ দপ্তৰে৷
