Home বিশ্বট্ৰাম্পক মানসিক ৰোগী আখ্যা ৩৫ জনকৈ মনোবিজ্ঞানীৰ

ট্ৰাম্পক মানসিক ৰোগী আখ্যা ৩৫ জনকৈ মনোবিজ্ঞানীৰ

by News Desk
A+A-
Reset
usa-trump

ডিজিটেল ডেস্কঃ সন্দেহৰ আৱৰ্তত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মানসিক স্বাস্থ্য। এই সন্দেহ ব্যক্ত কৰিছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জুলিয়া গিলাৰ্ডসহ কেবাগৰাকী বিশ্বনেতাই। পোনপটীয়াকৈ ট্ৰাম্পক মানসিক ৰোগী আখ্যা নিদিয়াকৈ গিলাৰ্ডে কয় যে টুইটাৰত ট্ৰাম্পে যি কৰিছে, সেয়া অনাগত দিনতো অব্যাহত ৰাখিলে অধিকাংশ লোকে তেওঁৰ মানসিক সুস্থতাক লৈ সন্দেহ উত্থাপন কৰিবলৈ বাধ্য হৈ পৰিব।

উল্লেখ্য যে টুইটাৰত ট্ৰাম্পৰ অস্বাভাৱিক আচৰণক লৈ আমেৰিকাতো বহু লোকে প্ৰশ্ন উত্থাপন কৰিছে। আনকি সোমবাৰে য়েল বিশ্ববিদ্যালয়ৰ এখন সন্মিলনত ট্ৰাম্প সম্পৰ্কে ৩৫জনকৈ মনোবিজ্ঞানীয়ে এই সিদ্ধান্ত উপনীত হৈছে যে ৰাষ্ট্ৰপতিগৰাকীৰ ভয়াৱহ ধৰণে মানসিক অসুস্থতা আছে। ট্ৰাম্পক উশৃংখল আৰু সমাজবিৰোধী আখ্যাও দিছে মনোবিজ্ঞানীৰ দলটোৱে।

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0