62
ডিজিটেল ডেস্কঃ এগৰাকী ব্যক্তিয়ে কিমান আয় কৰিব পাৰে নিশাটোৰ ভিতৰত? নিশাটোৰ ভিতৰতে ১৭ হাজাৰ কোটি টকা আয়ৰ কথা আপুনি ভাবিব পাৰেনে৷
চীনৰ অনলাইন শ্বপিং প্ৰতিষ্ঠান ‘আলীবাবা’ৰ প্ৰতিষ্ঠাতা জেক মায়ে ৰাতিৰ ভিতৰতে আয় কৰিলে ১৭ হাজাৰ কোটি৷ ব্যৱসায়ীজনৰ সম্পত্তিৰ পৰিমান ৫৪ হাজাৰ কোটিৰ পৰা বৃদ্ধি হৈ প্ৰায় ২ লাখ ৬ হাজাৰ কোটি হৈছে৷