Home অন্যান্য খবৰজাগীৰোড ষ্টেচনত কেইবা শতাধিক যাত্ৰীৰ আগমন, কৰোনা বিয়পাৰ আশংকা

জাগীৰোড ষ্টেচনত কেইবা শতাধিক যাত্ৰীৰ আগমন, কৰোনা বিয়পাৰ আশংকা

by News Desk
68 views
A+A-
Reset

জাগীৰোডঃ  কেৰেলাৰ পৰা বিবেক এক্সপ্ৰেছে নামৰ ৰেলগাড়ীখনেৰে আহি আজি জাগীৰোড ৰেল ষ্টেচনত হঠাতে কেইবাশতাধিক যাত্ৰী আহি এক অতি জটিল পৰিস্থতিৰ সৃষ্টি কৰে৷ হঠাতে আহি ৰেলৱে প্লেটফৰ্মত উপস্থিত হোৱা এই বৃহৎ সংখ্যক যাত্ৰী কাৰনে ষ্টেচনটোত এক হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ এই বেপৰোৱা ভাবে আহি ষ্টেচনটোত উপস্থিত হোৱা কেইবাশ যাত্ৰীয়ে কিন্তু প্ৰশাসনে অনুৰোধ কৰা স্বত্বেও কভিড পৰীক্ষা কৰিবলৈ অমান্তি হৈ খৰ-ধৰকৈ ৰেল ষ্টেচন ত্যাগ কৰি নিজ নিজ লক্ষ্য অভিমুখে গুচি যায়৷ 

আৰক্ষী-প্ৰশাসনৰ নাকৰ আগতেই ইমান বৃহৎ সংখ্যক যাত্ৰীয়ে একে সময়তে একেলগে আহি কোনো ধৰনৰ কভিড প্ৰ’ট’কল নমনাকৈ ষ্টেচনটোৰ পৰা ওলাই যোৱা ঘটনাটোৱে জিলা প্ৰশাসনৰ ফোপোলা স্বৰূপটো উদঙাই দিয়া বুলি বিভিন্ন মহলে মন্তব্য কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0