Home অন্যান্য খবৰজাগুণত পথ দুর্ঘটনা,এজন নিহত

জাগুণত পথ দুর্ঘটনা,এজন নিহত

by News Desk
62 views
A+A-
Reset

newsnextone ১১অক্টোবৰ,মাৰ্ঘেৰিটাঃ জাগুনৰ আঠ মাইলত শোকাবহ পথ দুর্ঘটনা। ১৫৩ নং ষ্টীলৱেল ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত এজন লোকক এখন মালবাহী বলেৰ পিক-আপ গাড়ীয়ে মহতিয়াই নিয়ে| ফলত থিতাতে মৃত্যু সাৱতি লব লগা হয় চাইকেল আৰোহী জন | চাইকেল আৰোহী জনৰ নাম জয়দ্বীপ বৰা। ইপিনে ঘটনা সংঘটিত হোৱাৰ পাছত চালকজনে জাগুন আৰক্ষী চকীত গাড়ীসহ আত্মসৰ্পমন কৰে৷বলেৰ পিক-আপ গাড়ীখনৰ নম্বৰ AS 23 BC 5969 ৷

প্ৰত্যক্ষদৰ্শীৰ মতে চাইকেল আৰোহীজন জাগুণৰ পৰা জয়ৰামপুৰৰ অভিমুখে অহা থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়| ইতিমধ্যে জাগুণ আৰক্ষীয়ে মৃতদেহ চমজি লৈ মৰোণত্তো পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰিবৰ বাবে যো-জা চলাইছে |

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0