Home অন্যান্য খবৰজাগুনৰ কাৰাটে দলে দিল্লীত আজুৰিলে ৬ টাকৈ স্বৰ্ণপদক, ৮ টা ৰূপ, ১০টা ব্ৰঞ্জ

জাগুনৰ কাৰাটে দলে দিল্লীত আজুৰিলে ৬ টাকৈ স্বৰ্ণপদক, ৮ টা ৰূপ, ১০টা ব্ৰঞ্জ

by News Desk
69 views
A+A-
Reset

লিডুঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুনৰ এটি সমৰ কলা(কাৰাটে) কেন্দ্ৰৰ খেলুৱৈৰ দলে অলপতে নতুন দিল্লীৰ তালকোটৰাৰ তাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফুলকন্তেক্ট নেচনেল কায় কুচিন কানকাই কাৰাটে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি বৃহত্তৰ তিনিচুকীয়া জিলাৰ লগতে মাৰ্ঘেৰিটা মহকুমালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ 

যোৱা নৱেম্বৰৰ ২৯ আৰু ৩০ তাৰিখে নতুন দিল্লীৰ তাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফুলকন্তেক্ট নেচনেল কায় কুচিন কানকাই কাৰাটে প্ৰতিযোগিতাত জাগুনৰ ২৬ জনীয়া এটা কাৰাটে খেলুৱৈৰ দলে অংশ গ্ৰহন কৰি ৬টাকৈ স্বৰ্ণপদৰ লগতে ৮টা ৰূপৰ পদক আৰু ১০টাকৈ ব্ৰঞ্জৰ পদক  আজুৰি আনিবলৈ সক্ষম হয় ৷ যিটো জাগুন বাসীৰ লগতে মাৰ্ঘেৰিটা বাসীৰ বাবে এতিয়া গৌৰৱৰ বিষয় ৰূপে পৰিগনিত হৈছে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0