57
লিডুঃ শুকুৰবাৰে নিশা তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰৰ ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। শিল ভৰ্তি ডাম্পাৰে মহতিয়াই লৈ যায় মটৰ চাইকেল আৰোহীক। ফলত থিতাতে নিহত হয় এজন৷
