Home সংস্কৃতিশান্তি-সম্প্ৰীতিৰ বাণীৰে জাজৰি আঞ্চলিক ইদগাহত পৱিত্ৰ ঈদৰ নামাজ

শান্তি-সম্প্ৰীতিৰ বাণীৰে জাজৰি আঞ্চলিক ইদগাহত পৱিত্ৰ ঈদৰ নামাজ

by News Desk
A+A-
Reset
i

জাজৰিঃ অশান্তজৰ্জৰ সমগ্ৰ বিশ্ব পুনৰ শান্ত প্ৰতিষ্ঠা হওক। প্ৰকৃতিয়ে এক সুস্থিৰ অৱস্থা পাওক। সমাজক কলুষিত কৰা অসামাজিক দানৱবোৰ নোহোৱা হৈ সমাজলৈ এক শান্ত-সৌম্য বাতাবৰণ পুনৰ ঘূৰি অহাৰ অজস্ৰ আশা আৰু সপোনেৰে জাজৰিৰ সমূহ ৰাইজ বুধবাৰে পুৱাই গৈ উপস্থিত হয় জাজৰি আঞ্চলিক ঈদগাহত।

পুৱা ঠিক ৮ বজাৰপৰা আৰম্ভ হোৱা নামাজত সহস্ৰাধিক অঞ্চলবাসী ৰাইজৰ আশাপ্ৰদ সহযোগিতা আছিল। শিশুৰপৰা বৃদ্ধলৈ সকলোৱে এই নামাজত আন্তৰিকতাৰে ভাগ লোৱা পৰিলক্ষিত হয়। কিছুদিনৰপৰা প্ৰতিদিনেই ধাৰাসাৰ বৰষুণ হৈ থকাৰ বাবে ৰাইজে বতৰক লৈ কিছু সংকিত আছিল যদিও আজি পুৱাৰ ৰৌদ্ৰোজ্জল পোহৰে সকলোৰে মন ফৰকাল কৰি তোলে আৰু সকলোৱে দলে বলে আহি ভাতৃত্ববোধৰ ভাবেৰে নামাজত অংশগ্ৰহণ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0