65
জলেশ্বৰঃ জলেশ্বৰবাসীৰ চিকিৎসাৰ একমাত্ৰ ভৰসা হৈ উঠিবলগা জলেশ্বৰ মডেল হস্পিতাল খনৰ নিৰ্মান কাৰ্য সম্পূ্ৰ্ণ হৈছে যদিও মুকলি কৰা হোৱা নাই হস্পিতালখন।
হস্পিতালখন অতি শীঘ্ৰে চৰকাৰক মুকলি কৰাৰ দাবী জনাইছে জলেশ্বৰবাসী ৰাইজে। কিয়নো বান-বিধ্বস্ত বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণৰ বাবে নাই পৰ্যাপ্ত চিকিতসা ব্যৱস্থা।