Home অন্যান্য খবৰ‘ধৰ্ষণকাৰীক ফাঁচি দিয়ক’, ন্যায় বিচাৰি ৰাজপথলৈ ৰাইজ

‘ধৰ্ষণকাৰীক ফাঁচি দিয়ক’, ন্যায় বিচাৰি ৰাজপথলৈ ৰাইজ

by News Desk
55 views
A+A-
Reset

কামপুৰঃ ৫৫ বৰ্ষীয় মাতৃসম শিক্ষয়িত্ৰীক ধৰ্ষণ কৰি নৈত উটুৱাই দিয়াৰ দৰে পাশৱিক কাণ্ড সংঘটিত কৰা অপৰাধীৰ চুড়ান্ত শাস্তিৰ দাবীৰে আজি কামপুৰত প্ৰখৰ ৰ’দ নেওচি ৰাজপথলৈ ওলাই আহিল শ শ ছাত্ৰ-ছাত্ৰী তথা সচেতন নাগৰিক৷ 

নগাঁও জিলাৰ কামপুৰ কাৱৈমাৰীৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীক প্ৰথমে ধৰ্ষণ কৰি তাৰ পিছত হত্যা কৰি নদীত উটুৱাই দিছিল জঘন্য অপৰাধীয়ে৷ বিবেকবান লোকক হতচকিত কৰি তুলিছিল এই নিৰ্মম পাশবিক কাণ্ডই৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0