63
কোকৰাঝাৰঃ আক্ৰাছু আৰু বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ নেতাসকলৰ মাজৰ বাক-বিতণ্ডাই তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ বিগত কিছুদিন ধৰি উল্লেখিত দুটা সংগঠনৰ মাজত অব্যাহত থকা বাক-বিতণ্ডা অব্যাহত থকাৰ সময়তে আজি পুনৰাই আক্ৰাছু নেতাসকলক তীব্ৰ সকিয়নী দিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই৷
• বড়োলেণ্ডত কমতাপুৰ বুলি কোনো এলেকা নাইঃ জনজাতি সুৰক্ষা মঞ্চ