Home ৰাজ্যঅসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ মধ্যকালীন অধিবেশন আৰু শিল্পী দিৱস উদযাপন

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ মধ্যকালীন অধিবেশন আৰু শিল্পী দিৱস উদযাপন

by News Desk
54 views
A+A-
Reset

লখিমপুৰঃ শিল্পী দিৱসৰ লগত সংগতি ৰাখি দুদিনীয়াকৈ ইংৰাজী ১৬ আৰু ১৭ জানুৱাৰী তাৰিখে অসম জাতীয়তাবাদী যুৱ পৰিষদ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু লালুক আঞ্চলিক সমিতিৰ সহযোগত ,লালুক খেল পথাৰত দুদিনীয়া কৈ মধ্যকালীন অধিৱেশনৰ লগতে শিল্পী দিৱস পালন কৰে । 

উক্ত অনুষ্ঠানত কাৰ্য্যসূচী মৰ্মে ১৬ তাৰিখে পুৱা বৃক্ষৰোপন ও সামুহিক চাফাই, পতাকা উত্তোলন, শ্বহীদ তৰ্পন , আৰু কবিতা আবৃত্তি ,চিত্ৰাংকণ আৰু ৰচনা প্ৰতিযোগীতা ৰে আৰম্ভণি হয় ,দ্বিতীয় দিনা পূৱা ৮ বজাত সমুহীয়া চাফাই ৯ বজাত শিল্প দিৱসৰ পতাকা উত্তোলন কৰি ৰূপকোঁৱৰ ছবিত মাল‍্য অৰ্পন লগতে শিল্পীসকলক সম্বৰ্ধনা। দিনৰ ১১ বজাত সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা কৰা হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0