66
ডিজিটেল ডেস্কঃ ২০ বছৰ পূৰ্বৰ কৃষ্ণ মৃগ হত্যা গোচৰত বৃহস্পতিবাৰে বলিউডৰ চুপাৰষ্টাৰ ছলমান খানক দোষী সাব্যস্ত কৰে জোধপুৰৰ এখন আদালতে৷ ২০ বছৰ ধৰি চলা শুনানিৰ অন্তত ছলমান খানক আদালতে দোষী সাব্যস্ত কৰে৷ বন আইনৰ ৯, ১২ ধাৰা Wildlife Protection Actৰ অধিনত দোষী সাব্যস্ত কৰে ছলমানক৷
Jodhpur court convicts Salman Khan, acquits rest in 1998 blackbuck poaching case pic.twitter.com/bUgSa7zaIM