104
উত্তৰ শালমাৰাঃ চোৰৰ চুৰি কৰা পদ্ধতি সলনি হ’ল৷ নিতৌ ন ন কৌশলত এতিয়া চোৰে চলায় চুৰি কাৰ্য৷ এইবাৰ চোৰৰ নতুন কৌশলত আতংকিত হ’বলগা হৈছে অসমৰ বিশেষ এখন ঠাইৰ স্থানীয় লোকসকল ৷
এই ঠাইখন হৈছে বঙাইগাঁও জিলাৰ যোগীঘোপা। অঞ্চলটোৰ ভিন্ন প্ৰান্তত এইবাৰ চোৰৰ নতুন কৌশলত শংকিত হৈ পৰিছে ৰাইজ৷ চোৰে এতিয়া লগত লৈ আহে সংজ্ঞানাশক স্প্ৰে ৷