54
যোৰহাটঃ যোৰহাটৰ মেৰুদণ্ডস্বৰূপ এটি ৰোডৰ শোচনীয় অৱস্থাৰ ফলত স্থানীয় বিধায়কজনৰ নৈতিক দায়িত্বৰ ওপৰতে সন্দেহৰ আঙুলি তুলিবলগীয়া হোৱা বুলি সচেতন মহলে জনাইছে।
তৰাজানৰ পৰা ভোগদৈ লৈকে এই পথচোৱা যোৰহাটৰ পৰিচয় স্বৰূপ আৰু এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাটো এজন বিধায়কৰ প্ৰথম কৰ্তব্য বুলি মত প্ৰকাশ কৰিছে সচেতন মহলে।