newsnextone.com | মৰিয়নীঃ ৰে'ল গেট পাৰ হ'বলৈ চেষ্টা কৰা অৱস্থাত উজনিমুৱা ইন্টাৰচিটি এক্সপ্ৰেছৰ খুন্দাত মুন্না কালান্দী নামৰ ব্যক্তি গৰাকী গুৰুত্বভাৱে আহত হয়। ব্যক্তিজনৰ সোঁহাত খন ৰেলৰ চেপাত চিঙি যায়।

ব্যক্তিজনৰ ঘৰ নকছাৰীত বুলি জানিব পৰা গৈছে। প্ৰতক্ষ্যদৰ্শী আৰু গেটমেন গৰাকীৰ সহায়ত স্থানীয় আৰক্ষী আৰু ৰে'ল আৰক্ষীৰ সহযোগত সংকটজনক অৱস্থাত ব্যক্তিজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ  কৰা হয় ।