Home ৰাজ্যধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী মানসিক বিকাৰগ্রস্ত লোক, NRCৰ নামত বিজেপিয়ে সৃষ্টি কৰিব সংঘাতঃ যোগেশ্বৰ

ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী মানসিক বিকাৰগ্রস্ত লোক, NRCৰ নামত বিজেপিয়ে সৃষ্টি কৰিব সংঘাতঃ যোগেশ্বৰ

by News Desk
93 views
A+A-
Reset

গোৰেশ্বৰঃ অসমৰ NRCক লৈ দেশৰ ৰাজনীতি গৰম হৈ থকাৰ সময়তে এইবাৰ দিল্লীত NRC সন্দৰ্ভত অনুষ্ঠিত Delhi Action Committee for Assamৰ বিতৰ্কিত সভা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অবড়ো সুৰক্ষা সমিতিয়ে৷ দিল্লীৰ Constitution Clubত Delhi Action Committee for Assamৰ উদ্যোগত অনুষ্ঠিত সভাত জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি আৰ্শ্বাদ মাদানিয়ে অসম জ্বলিব, জ্বলাব আৰু মাৰিব, মৰিব বুলি কৰা মন্তব্যই ৰাজ্যত আজিও প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে অসমৰ ঐক্য সংহতি, শান্তি-সম্প্ৰতি ঠান বান কৰিবলৈ সময়ৰ অপেক্ষাত ৰৈ থকা আৰ্শ্বাদ মাদানীৰ দৰে ধৰ্মীয় নেতা এজনে কটা-মাৰাৰ কৰাৰ যি হুংকাৰ দিছে সেয়া নিন্দনীয় আৰু গৰ্হিত বুলি অভিহিত কৰে অবড়ো সুৰক্ষা সমিতিয়ে।

অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাই এক বিবৃতিত যোগে এই মন্তব্যৰ গৰিহণা দি ইয়াৰ সুবাদতে আন এচাম বিজেপি কৰ্মীয়ে যোৱা কিছু দিন ধৰি হিংসাৰ বাবে মানুহক প্ৰৰোচিত কৰা বুলি অভিযোগ কৰে যোগেশ্বৰে। বিধায়ক শিলাদিত্য দেৱৰ শৰীৰৰ পৰা বাংলাদেশৰ গোন্ধ নৌযাওঁতে আৰএছএছক তেল মাৰিবলৈ কেৱল হিন্দুত্বৰ কথা কৈ বাতৰিৰ শিৰোনাম দখলত ব্যস্ত থকা দেখা গ’ল বুলি চোকা ভাষাৰে সমালোচনা কৰে অবড়ো সুৰক্ষা সমিতিয়ে। প্ৰকৃত অসমীয়া লোকে সভা সমিতিত হিন্দু-মুছলিম বুলি কথা নকয় কিন্তু একাংশ বিজেপি বিধায়ক এই ক্ষেত্ৰত ব্যতিক্ৰম দেখা বুলি কয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0