65
লছ এঞ্চেলছঃ বাতৰিটো নিশ্চিত৷ কানাডাৰ পপ-ছিংগাৰ জাষ্টিন বেইবাৰ আৰু ম’ডেল হেইলী বেল্ডউন এতিয়া পুৰুষ আৰু পত্নী৷ শেহতীয়াকৈ জাষ্টিনে তেওঁলোকৰ মৰম লগা ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে৷
হেইলীক পপ-গায়কজনে ‘পত্নী’ বুলি অভিহিত কৰি প’ষ্ট এটাও দিছে৷ তেওঁলোকৰ ফটোৰ তলত কেপচন হিচাপে জাষ্টিনে ‘My wife is awesome’ বুলি উল্লেখ কৰিছে৷