56
ডিজিটেল ডেস্কঃ বলিউডক অনুসৰণ কৰিব ওলাইছে হলিউডে৷ ঋত্বিক ৰোশন আৰু য়ামী গৌতম অভিনীত ’কাবিল’ৰ নিৰ্মাণ হ’ব হলিউডত৷ মিড ডে পত্ৰিকাত প্ৰকাশ হৈছে এই খবৰ৷
চলচিত্ৰখনৰ পৰিচালক সঞ্জয় গুপ্তাইও এই খবৰৰ সত্যতা প্ৰকাশ কৰিছে৷ পৰিচালকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে 20th century Fox য়ে এই প্ৰস্তাৱ ঋত্বিকলৈ আগবঢ়াইছে৷