119
কাকপথাৰঃ কাকপথাৰৰপৰা বিগত এমাহদিন সন্ধানহীনহৈ আছে এজন ছাত্ৰ ৷ জ্যোতিৰ্ময় হাই স্কুলৰ অষ্টম শ্ৰেণীৰ প্ৰাৰ্থজ্যোতি বৰা নামৰ ছাত্ৰজনক এজন প্ৰতিবেশীয়ে কিছু কথাৰ বাবে থানাত ভৰাই দিয়ে ৷
পাছত ঘটনাৰ খবৰ পাই পিতৃহীনা শিশুটিৰ অভিভাৱক আইতাকে তেওঁক থানাৰপৰা মোকলাই নিয়ে যদিও লাজ আৰু হীনমান্যতাত ভূগি প্ৰাৰ্থজ্যোতিয়ে আইতাকৰ লগত ঘৰলৈ নগৈ থানাৰ ওচৰৰপৰাই অন্য পথ লয়৷