Home ৰাজ্যপৰাজিত প্ৰাৰ্থীয়ে দিলে ভোজ… প্ৰতিদ্বন্দ্বীয়ে আমন্ত্ৰণ পালেনে?

পৰাজিত প্ৰাৰ্থীয়ে দিলে ভোজ… প্ৰতিদ্বন্দ্বীয়ে আমন্ত্ৰণ পালেনে?

by News Desk
108 views
A+A-
Reset

নগাঁওঃ যিটো সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ৰাজনৈতিক তথা নিৰ্বাচনী হিংসাৰ ফলত গ্ৰামাঞ্চলৰ ৰাইজৰ মাজত সাতামপুৰুষীয়া মিলনৰ এনাজৰী একপ্ৰকাৰে বিনষ্ট হোৱাৰ উপক্ৰম হৈছে, ঠিক সেই  সময়তে নিৰ্বাচনত পৰাজিত নগাঁও জিলাৰ এগৰাকী প্ৰাৰ্থীয়ে পঞ্চায়তটোৰ বিভিন্ন শ্ৰেণীৰ ৰাইজৰ মাজত সম্প্ৰতিৰ নিদৰ্শন ডাঙি ধৰিবলৈ সক্ষম হৈছে।

জানিব পৰা মতে, জিলাখনৰ বটদ্ৰৱা সমষ্টিৰ হাতীচোং জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত ২৩ নং কুজিদাঁহ-জামুগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিল অৰুণ চন্দ্ৰ দাস নামৰ ভাৰতীয় সেনাৰ এজন অৱসৰপ্ৰাপ্ত লোক। নিৰ্বাচনত তেওঁ নিজা দলৰ সমৰ্থকক লগত লৈ ব্যাপক প্ৰচাৰ অভিযান চলাইছিল যদিও বি জে পি প্ৰাৰ্থী ভদ্ৰ বৰাৰ হাতত পৰাজিত হ’বলগীয়া হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0