Home ৰাজ্য১২ আগষ্টৰ নিশাৰ মহাপ্ৰলয়ৰ স্মৃতি পাহৰা নাই কলিয়াবৰবাসীয়ে, পাহৰিলে চৰকাৰৰ মন্ত্ৰীয়ে

১২ আগষ্টৰ নিশাৰ মহাপ্ৰলয়ৰ স্মৃতি পাহৰা নাই কলিয়াবৰবাসীয়ে, পাহৰিলে চৰকাৰৰ মন্ত্ৰীয়ে

by News Desk
82 views
A+A-
Reset

কলিয়াবৰঃ নগাঁও জিলাৰ কলিয়াবৰ অঞ্চলৰ ৰাইজে ভয়ংকৰ বানপানীৰ কবলত পৰাৰ স্মৃতি আজিও পাহৰিব পৰা নাই৷ ২০১৭ চনৰ ১২ আগষ্টৰ নিশা মহা প্ৰলয়ৰ সৃষ্টি হৈছিল কলিয়াবৰত৷ কলিয়াবৰৰ বৰঘোপ পাহাৰৰ পৰা হাতীমুৰালৈকে মথাউৰি ছিঙি নিয়াৰ ফলত ভয়ংকৰ বিপদত পৰিছিল কলিয়াবৰবাসী।

নগাঁও জিলাক কলঙৰ বাঢ়নী পানীৰ পৰা ৰক্ষা কৰি অহা হাতীমুৰা মথাউৰি ২০১৭ চনৰ ১২ আগষ্টৰ নিশা প্ৰায় ২ বজাত ছিঙি গৈছিল৷ তাৰ পিছতে ৰনচণ্ডী ৰূপ ধাৰণ কৰিছিল কলঙে৷ কলঙে মানুহৰ ঘৰ-বৰ বুৰাই পেলাইছিল। পকী দলং কলঙৰ বুকুত জাহ গৈছিল। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ পানীৰ তলত থকাৰ ফলত আহ-যাহ বন্ধ হৈ পৰিছিল৷ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি কলিয়াবৰত চৰম দুৰ্যোগ নামি আহিছিল। ১২ আগষ্টিৰ নিশা মথাউৰিটো ছিঙি নিয়াৰ পিছত ১৩ আগষ্টৰ পুৱাই মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সকলো মথাউৰি পুনৰ মেৰামতি কৰাৰ কৈ ৰাইজক সুৰক্ষা দিয়াৰ কথা কৈছিল৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0