Home অন্যান্য খবৰকলিয়াবৰত বিদ্যুৎ যোগানত ব্যৰ্থ হোৱা উপ সংমণ্ডলৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও আছুৰ

কলিয়াবৰত বিদ্যুৎ যোগানত ব্যৰ্থ হোৱা উপ সংমণ্ডলৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও আছুৰ

by News Desk
58 views
A+A-
Reset

newsnextone । কলিয়াবৰঃ কলিয়াবৰ মহকুমাৰ বিভিন্ন অঞ্চলত অনিয়মিত বিদ্যুৎ যোগান ধৰাৰ বাবে হাৰাশাস্তিত ভুগিব লগা হৈছে কলিয়াবৰৰ ৰাইজে। আজি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ লগত ওলাই আহিল স্কুলীয়া ছাত্ৰৰ সৈতে প্ৰায় এক শতাধিক ছাত্ৰই কলিয়াবৰৰ কুঁৱৰীটোলত স্থিত অসম শক্তি বিতৰণ কোম্পানী
পৰিসীমিত প্ৰৱন্ধকৰ কাৰ্যালয় ঘেৰাও কৰাৰ লগতে বৈদ্যুতিক উপ-সংমণ্ডলৰ বিষয়ালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । কলিয়াবৰৰ বিভিন্ন অঞ্চলত বিদ্যুৎৰ সমস্যা সমূহ অতি সোনকালে সমাধানৰ কৰাৰ বাবে দাবী জনাইছে সংগঠনটোৱে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0