নগৰবেৰাঃ ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি। কামৰূপ গ্ৰাম্য আৰু দক্ষিণ বৰপেটাৰ চৰ-অঞ্চল বানৰ কৱলৰ পৰা মুক্ত হোৱা নাই গঞা।
দক্ষিণ বৰপেটাৰ বৃহত্তৰ আলোপতি-মাজৰচৰ, নিচানৰ চৰ, কালাইৰদিয়া, আগৰচৰ, খাটিয়ামাৰী, কাৰাইখাইতি, বাঘমাৰাচৰ (১, ২, ৩, ৪ নং), ভাতনাপাইতি, উজীৰেৰ চৰ, কদমতোলা, ছয়সীমানা, মাৰ্কাচ, ঐতিহাসিক খোলাবান্ধা, মৈৰাদিয়া, পাঠিমাৰী, চাংবান্ধা, ভেলেংঙীৰচৰ, নিৰলাৰ চৰ, আদুৰীপাৰা, কাছুমাৰা, ম’হ খুঁটি, আন্ডাভাঙা, মহচৰা, পূৱ মহচৰা, শিমুলৱাৰী, সম্প্ৰতি বানপানীৰ কবলতে পৰি আছে।