64
ডিজিটেল ডেস্কঃ মণিকৰ্ণিকা-দা কুইন অফ ঝাঁসী চলচিত্ৰখনৰ শ্বুটিঙত আহত হ’ল অভিনেত্ৰী কংগনা ৰাণাৱত৷ এটা একছন দৃশ্যৰ শ্বুটিঙত সহ অভিনেতা নিহাৰ পাণ্ডেৰ লগত তৰোৱাল সহ যুদ্ধ কৰোতেই এই দুৰ্ঘটনা সংঘটিত হৈছে৷
নিহাৰে তলোৱাৰেৰে আক্ৰমণ ভংগীমা দৰ্শাওতেই ভুলবশতঃ কংগনাৰ শিৰত লাগে তৰোৱালখন৷ ফলত থিতাতে তেজেৰে ৰাঙলি হৈ পৰে অভিনেত্ৰীগৰাকী৷