Home ৰাজ্যমটৰ পৰিবহন শ্ৰমিকৰ চকা বন্ধ কাৰ্যসূচীক সমৰ্থন কাৰ্বি আংলং মটৰ পৰিবহন শ্ৰমিক-চালক সন্থাৰ

মটৰ পৰিবহন শ্ৰমিকৰ চকা বন্ধ কাৰ্যসূচীক সমৰ্থন কাৰ্বি আংলং মটৰ পৰিবহন শ্ৰমিক-চালক সন্থাৰ

by News Desk
91 views
A+A-
Reset

newsnextone.com | ডিফুঃ ভাৰত চৰকাৰৰ জনস্বাৰ্থ বিৰোধী মটৰ ভেহিকেল সংশোধনী বিধেয়ক বাতিল, পেট্ৰল আৰু ডিজেল মূল্য হ্ৰাস কৰা, মটৰ শ্ৰমিকৰ বাবে কল্যাণ আঁচনি প্ৰৱৰ্তন কৰা আৰু মটৰ শ্ৰমিকৰ অন্যান্য ৯ দফীয়া দাবীত অহা ৭ আগষ্টত দেশজোৰা চকা বন্ধ কাৰ্যসূচী পালন কৰিব। চকা বন্ধ কাৰ্যসূচীক কাৰ্বি আংলং মটৰ শ্ৰমিক আৰু চালক সন্থা চমুকৈ কেএএমটিডব্লিউ এণ্ড ডিইউ য়ে পূৰ্ণ সমৰ্থন আগবঢ়াইছে ৷ 

এক বিবৃতি যোগে সন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে জিলাখনৰ গধুৰ আৰু লঘু যান-বাহনৰ চালক, শ্ৰমিক আৰু মালিক পক্ষৰ হৈ জানিবলৈ দি কয় যে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণক বাৰুকৈয়ে সমস্যাত পেলাই ৰখাৰ সমান্তৰালকৈ মটৰ ভেহিকল এক্ট সংশোধনী বিধেয়ক ২০১৬ৰ জৰিয়তে মটৰ শ্ৰমিকসকলক অন্যায় কৰা হৈছে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0