বিজেপিয়েহে আনিব উন্নয়নঃ মংগলসিং তিমুং

Home অন্যান্য খবৰবিজেপিয়েহে আনিব উন্নয়নঃ মংগলসিং তিমুং

বিজেপিয়েহে আনিব উন্নয়নঃ মংগলসিং তিমুং

by News Desk
65 views
A+A-
Reset

খেৰণিঃ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ কাৰ্বি আংলঙৰ ৰাজনৈতিক মজিয়াত পৰিষদীয় সমষ্টিয়ে সমষ্টিয়ে তুমুল প্ৰতিযোগীতাৰে চলিছে দলসমুহৰ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ অভিযান৷ আজি পশ্চিম কাৰ্বি আংলং তথা পৰিষদীয় ৮ নং পৰিষদীয় সমষ্টিৰ তেলেহৰত সমষ্টিটোত থকা বিৰোধী দলক প্ৰত্যাহবান জনাই বিজেপিয়ে বিশাল সভাৰ আয়োজন কৰে৷

২০ নং বৈঠালাংছ বিধান সভা সমষ্টিৰ বিধায়ক ডা° মানছিং ৰংপি, পৰিষদীয় বিভাগীয় অধ্যক্ষ ক্ৰমে বিদ্যাছিং টেৰন, ৰঞ্জিত বে, বিজেপি নেতা হাৰমন বে, চাৰমেন ফাংছ, বিদ্যাছিং তিছ’, জয়ছিং ৰংহাঙৰ উপস্থিতিত বিজেপিৰ প্ৰাৰ্থী মংগলছিং তিমুঙে সজোৰে দাবী কৰি কয় যে পৰিষদীয় নিৰ্বাচনত বিজেপি চৰকাৰ হ’ব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0